ka jingong (Khasi) [ Roman: ka.jing.ong]
    Contributed by: Himasri Das on 2023-08-13
    1. (Abstract Noun) A statement that expresses a personal opinion or belief or adds information. কোনো কথা বা কাৰ্য্যৰ ওপৰত ক’ব লগীয়া কথা, য’ত নিজৰ মতামত, বিশ্বাস অথবা অভিপ্ৰায় জড়িত হৈ থাকে ৷
    Contributed by: Himasri Das on 2023-08-15
    2. (Abstract Noun) A grammatical unit that is syntactically independent and has a subject that is expressed or, as in imperative sentences, understood and a predicate that contains at least one finite verb. সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা, ব্যাকৰণগত ভাৱে শুদ্ধ কেতবোৰ শব্দৰ সমষ্টি
    Contributed by: Himasri Das on 2023-07-04
    3. (Abstract Noun) Choice of words or way of speaking. কথা কোৱাৰ ধৰণ বা ব্যৱহাৰ কৰা শব্দৰ বাচনি।
    Contributed by: Himasri Das on 2023-07-25
    4. Language-Linguistics(Abstract Noun) a group pf words without a finite verb which form part of a sentence e.g. 'an online dictionay' in 'This is an online dictionary. বাক্যৰ অংশ ৰূপে থকা কিন্তু সমাপিকা ক্ৰিয়া নথকা শব্দৰ এক গোট৷ গাইগুটীয়া শব্দতকৈ ডাঙৰ কিন্তু বাক্যতকৈ সৰু৷ এটা বাক্যত দুই বা তাতোধিক বাক্যাংশ থাকিব পাৰে৷