jaldi (Karbi)
Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2013-06-09
1. (Material Noun-Neuter) a field where rice is cultivated ধানৰ খেতি কৰা পথাৰ
English:
Assamese:
Hmar:
Dimasa:
Tiwa:
Deori:
TAI-Khamti:
Sub Idea:
a. Material Noun-Neuter: crop fieldfieldmeadowখেতি-পথাৰশস্যক্ষেত্ৰ...jaldi (Nagamese)
Contributed by: Mousumi Konwar on 2023-06-15
2. (Adverb) within a short period after a given event. কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
English:
Assamese:
অচিৰতে অচিৰাৎ অচিৰে অচিৰেই অনতিপলমে অনতিবিলম্বে অনন্তৰ অবিলম্বে আশু এতিক্ষণে এতিয়াই ক্ষন্তেকতে গপাতকে bo চকুৰ পচাৰতে চমিকি জটৰাই জান্তে ততালিকে তত্কালতে তত্কালে তদ্দণ্ডে তাৎক্ষণিক তিন-তিলিকতে তিন্টলকতে তিলিকতে তুৰন্তে তেতিক্ষণে তেতিয়াই তৎকালিক তৎকালীন তৎক্ষণাৎ তৎমুহূৰ্ততে থিতাতে থিতাদহে দপাটকৈ নিমিষতে পচাৰতে পোনছাটে পোনছাটেই পোনদাহে বিদ্যুৎ-সঞ্চাৰে বেগতে বেগেতে ভʼউতকে bo মাত্ৰকে মাত্ৰেই মুহূৰ্ততে লগে লগে শীঘ্ৰে সতৰাই সোনকালে হাতে হাতে
Nagamese:
TAI-Ahom: