intimacy (English) [ IPA: ˈɪntəməsiː ASM: ইণ্টিমেচি]
    Contributed by: Dr (Mrs) Krishna Barua on 2006-12-14
    1. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
    Contributed by: Rupankar Mahanta on 2006-12-14
    2. (Abstract Noun) Known closely or close personal and warm relation আপোন ভাৱ থকা এক অতি মধুৰ সম্পৰ্ক