hambi (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2010-09-25
1. Plants(Common Noun) A giant woody liana or climber from the genus Entada. It is also referred as the India’s largest pod-bearing climber. The size of the seed is almost equal to the kneecap. The plant appears naturally from near Durban northwards throughout tropical Africa and into India, south-east Asia and Australia. The seeds are used to play a game named "ghila khel" in rural Assam. বৃহৎ কলেবৰৰ আৰু মটৰমাহৰ দৰে চেউ ধৰা এবিধ গছ ৷ ই ভাৰতৰ আটাইতকৈ ডাঙৰ চেউ লগা গছ হিচাৱে জনাজাত ৷ ইয়াৰ গুটিবোৰ প্ৰায় আঁঠুৰ ঘিলাটোৰ সমান ডাঙৰ হয় ৷ ভাৰত, আফ্ৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ-পূৱ এচিয়া আদিত ইয়াৰ বিস্তৃতি পোৱা যায় ৷ সৰু ল’ৰা-ছোৱালীয়ে ইয়াৰ গুটিৰে "ঘিলা খেল" খেলে ৷
hambi (Dimasa)
Contributed by: debojeet thaosen on 2009-02-04
2. (Proper Adj.) having desirable or positive qualities আশা কৰা ধৰণৰ বা ধনাত্মক গুণ বিশিষ্ট