☰
🏠
Home
🔤
Alphabetical
ℹ️
About
❓
Help
👤
Login
goodness
(English)
[
IPA:
ˈgʊdnəs
ASM:
গুডনেছ]
Contributed by:
Bornaly Hazarika
on 2011-06-23
1.
(Abstract Noun)
the general good of a community or a person. এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।
English:
goodness
weal
welfare
Assamese:
অভ্যুদয়
অৰিষ্ট
ঋদ্ধি
কল্যাণ
কুশল
ক্ষেম
নিঃশ্ৰেয়স
ভদ্ৰ
ভবিক
মংগল
যোগক্ষেম
শম
শিৱ
শুভ
হিত
Bodo:
गाहामथि
मोजां गुन
सुबुं अनफावरि
हामजाथि
Hindi:
कल्य़ाण
Tiwa:
kumun sholon