gimo (Mising) [ Roman: gi.mo]
    Contributed by: Himasri Das on 2023-01-08
    1. (Verb-Trans.) Send off to a destination or for a purpose. কোনো গন্তব্য স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰ্; যেনেঃ পত্ৰ প্ৰেৰণ কৰ্।
    Contributed by: Himasri Das on 2023-01-08
    2. (Verbal Noun) the act of letting someone leave a place such as a prison or hospital কোনো ঠাই, যেনেঃ কাৰাগাৰ বা চিকিৎসালয় আদিৰ পৰা মুকলি কৰি দিয়া কাৰ্য্য