fix (English) [ IPA: ˈfɪks ASM: ফিক্স]
    Contributed by: Bikram M Baruah on 2010-01-30
    1. (Verb-Trans.) to bring back to a good condition after decay or damage কোনো বস্তু পঁচা বা ভগাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা
    Contributed by: Bikram M Baruah on 2010-01-30
    2. (Verb-Trans.) to make something unchanged সলনি কৰিব বা হ’ব নোৱাৰা কৰা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-29
    3. (Verb-Trans.) to place definitely and more or less permanently কোনো বস্তুৰ সৈতে স্থায়ীভাৱে সংযোগ কৰ্; যেনেঃ চকীখনত নতুন খুৰা এটা খুৱাব (বা লগাব) লাগিব ৷
    English: