fail (English) [ IPA: ˈfeɪl ASM: ফেইল]
    Contributed by: Rupankar Mahanta on 2006-03-17
    1. (Abstract Noun) The inability to function or perform satisfactorily সন্তোষজনকভাৱে কাৰ্য্য নিৰ্ব্বাহ কৰিবলৈ বা কোনো কাম কৰিবলৈ সমৰ্থ নোহোৱা
    2. (Verb-Intran.) to prove deficient or lacking; perform ineffectively or inadequately অপৰিপূৰ্ণতা বা অভাৱ প্ৰমাণিত কৰা; অকাৰ্য্যকৰীভাৱে বা অনুপযুক্তভাৱে কাৰ্য্য কৰা