empty (English) [ IPA: ˈem(p)tiː ASM: এম্পটি]
    1. (Proper Adj.-Neuter) Not filled or occupied ভৰি থকা নাই বা ঠাই অধিকাৰ কৰা নাই
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
    2. (Verb-Trans.) to make (something) clear by removing the things it contains কোনো পাত্ৰত থকা সকলো বস্তু আঁতৰাই পেলোৱা