drown (English) [ IPA: ˈdræʊn ASM: ড্ৰাউন]
    Contributed by: Partha P Sarmah on 2008-11-02
    1. (Verb-Trans.) to kill somebody by keeping him underwater for long time so that he cannot breathe. উশাহ লব নোৱাৰাকৈ কাৰোবাক বহুসময় পানীৰ তলত ৰাখি মৰা৷
    Contributed by: Partha P Sarmah on 2008-11-02
    2. (Verb-Trans.) to die, kill oneself by keeping himself for long underwater so that he cannot breathe. নিজকে বহু সময় উশাহ লব নোৱৰাকৈ পানীত ডুবাই ৰাখি মৰা৷
    Contributed by: Partha P Sarmah on 2008-11-02
    3. (Verb-Trans.) to submerge something/someplace in water/liquid; to completely cover something with water or other liquid. কি কোনো ঠাই সম্পূৰ্ণকৈ পানীৰ তলত বা আন জুলীয়া পদাৰ্থৰ ৰখা৷যেনেঃ কৃত্ৰিম বানে গুৱাহাটী প্ৰায়ে জলমগ্ন/প্লাবিত কৰে৷