devastation (English) [ IPA: [IPA] ASM: ডেভাষ্টেচন]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-20
b. Verb-Trans.: blightbreakdamagedefacedemolish...
1. (Abstract Noun) the act of rendering useless by breaking into pieces or any other means. ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
Assamese:
আহৰি উচ্ছন্ন উচ্ছেদ উচ্ছেদসাধন উলি উৎপাটন উৎসন্ন উৎসাদ উৎসাদন কদন কন্ধপাত খাস্তাং ছাৰখাৰ তৰ্ণাস্তি ধ্বংস ধ্বংসকাৰ্য্য ধ্বংসযজ্ঞ ধ্ৱংস নষ্ট নাশ নাশকৰণ নিঃশেষ নিৰষাণ নিৰ্মূলকৰণ নিৰ্মূলন নিৰ্যাণ পণ্ড প্ৰণাশ বিচূৰ্ণ বিধ্বংস বিনশন বিনষ্ট বিনাশ বিনাশন বিমোড়ন বিলয় ভংগ মৰ্দন মৰ্দনা মৰ্দ্দন মৰ্দ্দনা লঙ্কাকাণ্ড সমুচ্ছেদ সমুৎপাটন সাং স্কন্ধপাত
Mising:
Dimasa:
Nepali:
Deori:
Different POS:
a. Verbal Adj.: devastateddug upravagedruinedঅধঃপতিত...b. Verb-Trans.: blightbreakdamagedefacedemolish...