care (English) [ IPA: ˈker ASM: কেয়াৰ]
adj: careless
1. (Abstract Noun) Attentive assistance or treatment to those in need যাক প্ৰয়োজন তেওঁক মনোযোগেৰে সৈতে সহায় বা নিৰাময় কৰা
Assamese:
Bodo:
Mising:
Meeteilon:
Karbi:
Dimasa:
TAI-Ahom:
Deori:
Sadri (Nagpuri):
Different POS:
a. Common Noun-Feminine: nurseনাৰ্চপৰিচৰ্য্যাকাৰিণীশুশ্ৰূষাকাৰিণীनर्स...b. Verb-Trans.: nurseপতি কৰ্পৰিচৰ্যা কৰ্শুশ্ৰূষা কৰ্...
c. Common Noun-Feminine: ayahnursenursemaidআয়াধাই...
Contributed by: Bikram M Baruah on 2006-03-17
2. (Abstract Noun) the act of preventing something/somebody from any kind of harm or damage ক্ষতি বা নষ্ট হোৱাৰ পৰা কাৰোবাক/কিহবাক বচোৱা কাৰ্য্য
Contributed by: Biraj Kumar Kakati on 2011-02-17
3. (Verbal Noun) To care about; be concerned about. সামান্যভাৱে গ্ৰাহ্য কৰা অথবা মনোযোগ দিয়া ।
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-14
4. (Verb-Trans.) to be concerned or have a special preference (usually used in negative constructions); e.g. I don't care মনোযোগ প্ৰকাশ কৰ্ বা বিশেষভাৱে গ্ৰাহ্য কৰ্ (সাধাৰণতে নেতিবাচক অৰ্থত ব্যৱহাৰ হয়); যেনেঃ সি মোৰ কথা কেৰেপকে নকৰে