bore (English) [ IPA: ˈbɔr ASM: বৰ]
Contributed by: ৰূপকমল on 2006-08-23
1. (Verb-Trans.) make a hole especially with a revolving tool সঁজুলিৰ সহায়ত ফুটা কৰ্
Contributed by: ৰূপকমল on 2006-08-23
2. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই