benevolence (English) [ IPA: bəˈnevləns ASM: বেনিভলেন্স]
    Contributed by: Bikram M Baruah on 2011-10-11
    1. (Abstract Noun) The quality of being humane; benevolence. মানুহৰ থাকিব লগা গুণবোৰ ৷ সাধাৰণ অৰ্থত দয়া-মমতা বুজাবলৈ ব্যৱহাৰ হয় ৷
    Contributed by: Barnali Deuri Bora on 2010-07-13
    2. (Abstract Noun) the quality of helping and giving away freely to the needy কৰোবাৰ সহায় বা দান কৰাৰ অভ্যাস