alangli (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2021-12-07
1. (Pronoun) about/of the third person mentioned উল্লেখিত তৃতীয় পুৰুষৰ বা তৃতীয় পুৰুষৰ বিষয়ে
Contributed by: Mridugunjana Shivam on 2024-11-30
2. (Pronoun-Masculine) the male person or animal being discussed or last mentioned. আলোচিত বা পূৰ্বে-উল্লেখিত মতা মানুহ বা জন্তু।
English:
Bodo:
Khasi:
Garo:
Meeteilon:
Bishnupriya Manipuri:
Mizo (Lushai):
Kok-Borok:
Nagamese:
Dimasa:
Ao:
TAI-Ahom:
Hindi:
Deori:
Hajong:
Tutsa:
Different POS:
a. Pronoun-Masculine: hisতাহান্ততাৰতেওঁৰতেখেতৰ...Higher Magnitude:
b. Pronoun-Common: তেওঁতেখেতউনিতিনি...Opp. Gender:
c. Pronoun-Feminine: sheতাইबियोkamahak(Nupi)...Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-19
3. (Pronoun-Common) the object form of 'they' e.g. I met them yesterday at Tinsukia. ’তেওঁলোক’ৰ কৰ্ম ৰূপ৷ যেনে: মই পৰহি তেওঁলোকক/সিহঁতক/তাহাঁতক তিনিচুকীয়াত লগ পাইছিলোঁ৷ (সিসকলক আৰু তেৰাসকলক মান্যবাচক,গুৰু, ভকত আদিৰ প্ৰসংগত সাধাৰণতে ব্যৱহাৰ হয়৷ ৷ কেতিয়াবা মন্ত্ৰী, বিষয়া আদিক কটাক্ষ কৰিও ব্যৱহাৰ হয়৷)