Apun (Karbi)
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-02-03
    1. (Material Noun-Neuter) A form or condition in which something may exist or appear. যিকোনো বস্তু যি ৰূপ বা অৱস্থাত বৰ্ত্তি থাকে বা আৱিৰ্ভাব হয়৷
    Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2010-10-18
    2. Abstract Noun(Abstract Noun) A nonspatial continuum in which events occur in apparently irreversible succession from the past through the present to the future. এক অবিৰত প্ৰক্ৰিয়া য’ত ঘটনাবোৰ অতীতৰ পৰা বৰ্ত্তমানৰ মাজেদি ভৱিষ্যতলৈ আপাততঃ পুণৰ ঘূৰাই পাব নোৱাৰা ধৰণে চলি থাকে