হেঙাৰ (Assamese) [ Roman: he.ngar]
    alt: হেঙ্গাৰ
    Contributed by: Bikram M Baruah on 2007-05-25
    1. (Abstract Noun) Surrounding or erecting barriers to prevent entry and exit to a place কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-05-25
    2. (Material Noun-Neuter) a shaped metal, wooden or plastic frame with a hook on which jackets, dresses etc are hung up. আলনাত কাপোৰ ওলোমাই ৰাখিবলৈ ব্যৱহাৰ কৰা এডাল পাতল কাঠ, প্লাষ্টিক বা ধাতুৰ যতন ৷
    Contributed by: Biraj Kumar Kakati on 2007-05-25
    3. (Material Noun-Neuter) Fortification consisting of a strong fence made of stakes driven into the ground. গোটা বাঁহ বা কাঠৰ গোঁজ পুতি তাত পথালিকৈ বাঁহ বান্ধি দিয়া শকত জেওৰা ।