হাবুং (Assamese) [ Roman: ha.bung]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-15
1. Place(Abstract Noun) name of a place in upper Assam in the bank of Bramhaputra near dhemaji. বৰ্তমান ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষৰীয়া ঠাই খণ্ড৷ এই ঠাই খন ব্ৰাহ্মিণ শাসকৰ অধীনত আছিল আৰু ৰত্নপালৰ সময়ৰ তাম্ৰলিপিত দশম শতিকাত ইয়াৰ অৱস্থিতিৰ কথা লিপিবদ্ধ আছে ,আহোম ৰজা বামুণী কোৱৰক এই হাবুঙীয়া বামুণে তুলি তালি ডাঙৰ দীঘল কৰিছিল ,শদিয়াৰ লোণৰ বেহা এসময়ত হাবুঙেদি হৈছিল
হাবুং (Deori) [ Roman: ha.bung]
Contributed by: Himasri Das on 2023-04-10
2. (Proper Adj.-Common) Tending to make poor decisions or careless mistakes যি অতি অসাৱধান আৰু ভুল সিদ্ধান্ত লয় ৷