XOBDO.ORG Logo
🏠 Home 🔤 Alphabetical ℹ️ About ❓ Help 👤 Login

    হানিকাৰক (Assamese) [ Roman: ha.ni.ka.rok]
    Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-08-01
    1. (Proper Adj.-Common) able to cause harm or hurt হানি বা আঘাট কৰিবলৈ ক্ষমতা থকা৷
    English:
    deleterious detrimental harmful injurious malign
    Assamese:
    অনিষ্টকাৰক অনিষ্টকাৰী অনিষ্টকৰ অনিষ্টজনক অনুপকাৰী অপকাৰ-কৰোঁতা অপকাৰক অপকাৰী অভিচাৰী অমংগলকাৰী অমঙ্গলকাৰী অহিতকাৰী অহিতকৰ ক্ষতিকাৰক ক্ষতিজনক ক্ষয়ংকৰ মন্দকাৰী হানিকাৰক
    Bodo:
    खहा खालामग्रा खहा गोनां हानि खालामग्रा हानि गोनां
    Khasi:
    kren sniew

    Different POS:

    a. Verb-Trans.: harmhurtinjuremaulআঘাত কৰ্...
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-11-20
    2. (Proper Adj.-Neuter) harmful; liable to cause damage and loss;dangerous যি অপকাৰ বা ক্ষতি কৰিব পাৰে
    English:
    hurtful
    Assamese:
    ক্ষতিকৰ কৰ্মনাশা কৰ্ম্মনাশা হানিকাৰক হানিকৰ
    Bodo:
    खहा गोनां दुखु गोनां
    © xobdo.org - a dictionary by you, for you, of you !!