সংশয় (Assamese) [ Roman: xong.xoy]
    Contributed by: Moniram Kro on 2010-11-18
    1. (Abstract Noun) A feeling of agitation and anxiety caused by the presence or imminence of danger. বিপদৰ সন্মুখীন হোৱাৰ বাবে অথবা সম্ভাৱ্য বিপদৰ বাবে হোৱা মানসিক উত্তেজনা আৰু অস্থিৰতা।
    Contributed by: Biraj Kumar Kakati on 2007-07-22
    2. (Abstract Noun) act of suspecting something, especially something wrong. কিবা হ’ব বুলি, বিশেষকৈ অশুভ কিবা ঘটিব বুলি অনুমান কৰি চিন্তা কৰা।
    Contributed by: Bikram M Baruah on 2013-11-02
    3. (Abstract Noun) The possibility of suffering harm or loss. নিজৰ ক্ষতি হ’ব পৰাকৈ কিবা বিপদৰ সম্ভাৱনা থকা৷

    সংশয় (Bangla)
    Contributed by: Sushanta Kar on 2012-06-17
    4. (Abstract Noun) act of suspecting something, especially something wrong. কিবা হ’ব বুলি, বিশেষকৈ অশুভ কিবা ঘটিব বুলি অনুমান কৰি চিন্তা কৰা।