সঁজা (Assamese) [ Roman: xo~.ja]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-10-31
1. (Material Noun-Neuter) Structure of bars or wires, esp. for confining birds and animals. জীৱ-জন্তু বা চৰাই-চিৰিকটি পলাই যাব নোৱাৰাকৈ ধৰি থবলৈ সজাঁ ঘৰ বা বেস্তনি৷
Contributed by: Bashab Nandan Mahanta on 2007-10-31
2. (Material Noun-Neuter) A form or condition in which something may exist or appear. যিকোনো বস্তু যি ৰূপ বা অৱস্থাত বৰ্ত্তি থাকে বা আৱিৰ্ভাব হয়৷