শক্তিধৰ (Assamese) [ Roman: xok.ti.dhor]
    Contributed by: Anjali Sonowal on 2010-04-25
    1. (Proper Adj.-Common &/or Masculine) capable of exerting great physical force প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-23
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    2. Hinduism(Proper Noun-Masculine) Elder son of the lord Siva. A beautiful God among all the gods. শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷