লনি (Assamese) [ Roman: lo.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-05
b. Proper Adj.: ill-favoureduglyঅগঢ়ীঅভঁজাঅশুৱনি...
d. Verbal Adj.: beautifiedসুন্দৰকৃতসুষমিতसाजायनाय...
e. Adverb: beautifullynicelysmoothlyধুনীয়াকৈনিয়াৰিকৈ...
f. Abstract Noun: beautylovelinessইন্দিৰাকান্তিচাৰুতা...
1. (Proper Adj.-Common &/or Masculine) having qualities that give great pleasure or satisfaction to see, hear, think about, etc এনে এক গুণ যুক্ত, যাক দেখিলে, শুনিলে বা যাৰ বিষয়ে ভাবিলে মনত গভীৰ আনন্দ বা সন্তুষ্টি লাভ হয় ৷
Assamese:
অপৰূপ অভিৰাম কান্ত কুন্দত কটা গঢ়িত চকুলগা চকুৰোৱা চালে-চকু-ৰোৱা চাৰু ঠগী ঠানুৱা থʼউগা bo থোগা bo ধুনীয়া নিভ নয়নাভিৰাম পুদগল পেলৱ বিতোপন বিনন্দীয়া মঞ্জু মঞ্জুল মনোৰম মোহনীয় মোহময়ী লগড় লনি ললিত লাৱণ্যময়ী শুৱনি শোভন শোভনীয় শোভাকৰ শোভাজনক শোভাময় শোভাযুক্ত শ্ৰীমন্ত সুকান্ত সুকুমাৰ সুগঢ়ি সুগঢ়িত সুগঢ়ী সুচাৰু সুন্দৰ সুশোভন সুশ্ৰী সুষম সুষমাযুক্ত সৌন্দৰ্য্যশালী ৰম্য ৰুচিবোধসম্পন্ন ৰূপৱন্ত ৰূপৱান
Bodo:
Garo:
Meeteilon:
Karbi:
Ao:
Bangla:
Nepali:
Deori:
Singpho:
Antonyms:
a. Proper Adj.: ill-favoureduglyঅগঢ়ীঅভঁজাঅশুৱনি...b. Proper Adj.: ill-favoureduglyঅগঢ়ীঅভঁজাঅশুৱনি...
Different POS:
c. Verb-Trans.: beautifyধুনীয়া কৰ্ভূষিত কৰ্শুৱনি কৰ্শুৱা...d. Verbal Adj.: beautifiedসুন্দৰকৃতসুষমিতसाजायनाय...
e. Adverb: beautifullynicelysmoothlyধুনীয়াকৈনিয়াৰিকৈ...
f. Abstract Noun: beautylovelinessইন্দিৰাকান্তিচাৰুতা...
Super Idea:
g. Verbal Adj.: pleasentpleasingprettyচকু জুৰোৱাচকু লগা...Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-26
2. (Proper Adj.-Common) without much flesh or fat; not plump or fat বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
Assamese:
অস্থিচৰ্মসাৰ অস্থূল আংমৰা আশকতীয়া কঁকীলা সজীয়া ককৰ্তনীয়া ককৰ্ত্তনীয়া কাউৰী-ঠেঙীয়া কিৰ্কিয়া কৃশ কৃশাংগ কৃশাঙ্গ কেঁটেলা কেটেং মেটেং কেটেঙা কেলেবাং কোকোহা ক্ষীণ ক্ষীণকায় ক্ষীনাংগ খিচিৰা খীণ চিচ চিঞা চিয়াঁ চেৰেলা জঁকাভাৰী টেটেৰা তনু তন্বী দুৰ্বল নালীয়া নিশকতীয়া নৰম পাতল পাতলা bo বিশীৰ্ণ মুজুৰা মুজুৰা-খোৱা মুজুৰা-পৰা মেমেৰা লনি লিটা লিহিকা লেঙা লেটেঙা লেৰেলা শীৰ্ণ শীৰ্ণকায় হাঁড়ে-ছালে লগা হাড়ত খোৱা
Mising:
Khasi:
Meeteilon:
Bishnupriya Manipuri:
Karbi:
TAI-Ahom:
Hindi: