লগুৱা (Assamese) [ Roman: lo.gu.wa]
    du: লা-লগুৱা
    Contributed by: Ranjita Pegu on 2007-04-26
    1. (Common Noun-Common) one who serves others for monetary compensation. ধনৰ বিনিময়ত আনৰ হকে কাম কৰা লোক।
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-04-26
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    2. (Common Noun-Common &/or Masculine) a person who attends to perform a service of a religious instructor. সত্ৰৰ অধিকাৰ বা গোসাঁই ভকতৰ পৰিচৰ্য্যা কৰিবৰ কাৰণে ৰখা ব্যক্তি ৷