যুক্ত (Assamese) [ Roman: juk.to]
    1. (Verbal Adj.) Having a link between two or more systems, persons, objects, events etc. দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2021-01-31
    2. (Suffix) containing or having (something) (কিবা) থকা বা ধাৰণ কৰা; যেনেঃ গুণ-বিশিষ্ট, গুণ-যুক্ত