মাৰ্ঘাত (Assamese) [ Roman: mar.ghat]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) an unintended event resulting an unwanted results like misfortune or disaster. দুৰ্ভাগ্য বা সঙ্কটৰ দৰে অনাকাংক্ষিত ফলাফল দিয়া এক নিবিছৰা ধৰণৰ ঘটনা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) the state of being in negative balance. ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।