মাহ (Assamese) [ Roman: mah]
    1. (Abstract Noun) a period of around 30 days or 4 weeks; there are 12 months in a year. প্ৰায় ৩০ দিন বা ৪ সপ্তাহৰ এছোৱা সময়; এবছৰত ১২ মাহ থাকে ৷
    2. Vegetables(Common Noun-Common) the round, edible seed of a widely cultivated plant. বহুলভাৱে খেতি কৰা এবিধ গছৰ ঘূৰণীয়া, খাব পৰা গুটি।
    Contributed by: Atul Ch. Kakoti on 2009-04-19
    3. (Material Noun-Neuter) a natural dark-brown small spot on the human skin. মানুহৰ গাত থকা অতি সৰু ক’লা সাঁচ ৷