ভাষণ (Assamese) [ Roman: bha.xon Origin: সং. (হেম১৩)]
    Contributed by: Benjamin Kaman on 2009-08-07
    1. (Abstract Noun) a speech or written statement, usually formal, directed to a particular group of persons কোনো ব্যক্তি সমষ্টিৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে আগবঢ়োৱা এক মৌখিক বা লিখিত বক্তব্য
    2. (Verbal Noun) Formal public address ৰাজহুৱাভাৱে কোৱা কথা ৷

    Example Sentences:

    1. নেতা গৰাকীয়ে অনুষ্ঠানটোত এক দীঘলীয়া ভাষণ আগবঢ়ালে।

    Different POS:

    a. Common Noun-Common: lecturerপ্ৰবক্তাबिबुंगोरा...
    3. (Abstract Noun) A speech that is open to the public or a group of people. জন-সাধাৰণক উদ্দেশ্য কৰি সমুখত দিয়া দীঘলীয়া বক্তব্য ৷