ভদ্ৰ (Assamese) [ Roman: bho.dro]
    adv: ভদ্ৰভাৱে, n: storage
    1. (Proper Adj.) (a person) refined in manners, well-bred and polite. ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    2. (Abstract Noun) the general good of a community or a person. এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।