বিবুধ (Assamese) [ Roman: bi.budh]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-26
    Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
    1. (Proper Adj.-Common) having, showing, or dictated by wisdom, prudence, or sensibility জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)

    Different POS:

    a. Abstract Noun: knowledgeperceptionঅৱগতিঅৱগমওৱাকিপ...

    Related Idea:

    b. Proper Adj.-Common: proficientকাৰ্য্যদক্ষব্যুৎপত্তিমন্তব্যুৎপন্নসিদ্ধহস্ত...
    Contributed by: Biraj Kumar Kakati on 2008-04-23
    2. (Proper Adj.-Common &/or Masculine) having a lot of knowledge and wisdom gained after serious studies and understanding- e.g. a learned professor; connected with or for learned, scholarly people-e.g. a learned response/journal যথেষ্ট পঢ়া শুনা আৰু অধ্যয়নৰ পৰা (কাৰিকৰী বিষয়ৰ ক্ষেত্ৰত ইয়াৰ লগতে অনুশীলনী)অৰ্জা জ্ঞানৰ লগতে চিন্তা চৰ্চা কৰিব পৰা আৰু বোধশক্তিত চহকী লোক ৷ জ্ঞানী বা পণ্ডিত লোকৰ সৈতে জড়িত |
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-29
    3. Religious-Mythological(Common Noun-Common) A personified supernatural being who special power and who is believed to live in the heaven as per many mythology and believes সাধাৰণ ব্যক্তিতকৈ পৃথক, স্বৰ্গত বাস কৰা একোজন শক্তিমন্ত পুৰুষ৷