বিন্যাস (Assamese) [ Roman: bi.nyax]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-07-06
    1. (Abstract Noun) the way in which a thing is composed or made up কোনো এটা বস্তু গঢ় লোৱা প্ৰক্ৰিয়া
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-07-06
    2. Mathematics(Abstract Noun) any possible arrangement, or ordering, of the distinct items in a set. এটা সংহতিৰ নিৰ্দ্দিষ্ট উপাদানসমূহৰ হ‌`ব পৰা যিকোনো সাজোন বা শৃংখল।
    Contributed by: Rupankar Mahanta on 2006-07-06
    3. (Verbal Noun) Putting things into a particular order. বস্তুবোৰ এক নিৰ্দ্দিষ্ট ক্ৰমত সজোৱা কাৰ্য্য।