বালাই (Assamese) [ Roman: ba.lai]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-18
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Abstract Noun) A possible existence of a situation capable of causing harm. It has not affected anybody yet, but has been speculated. হানি কৰিবৰ ক্ষমতা থকা এক সম্ভাব্য অৱস্থা| ই এতিয়ালৈকে কাৰো কোনো হানি কৰা নাই, কিন্তু তেনে কৰিব পাৰিব বুলি সন্দেহ কৰা হৈছে|
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-18
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Abstract Noun) an evil force with the ability or intension to cause harm বিঘিনি ঘটাব পৰা অশুভ শক্তি বা তাৰ চিন