প্ৰতিবন্ধক (Assamese) [ Roman: pro.ti.bon.dhok]
    Contributed by: Webmaster-II on 2017-10-04
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Abstract Noun) Surrounding or erecting barriers to prevent entry and exit to a place কোনো ঠাইলৈ অহা-যোৱা নিষেধ কৰি আবৰি থকা বা আগত থিয় হোৱা
    Contributed by: ৰূপকমল on 2007-03-30
    2. (Material Noun-Neuter) a barrier framed by sticks or with other means. খুঁটিৰে তৈয়াৰ কৰা বা অন্যধৰণেৰে সৃষ্টি কৰা বাধা বা বেৰা।