প্ৰগাঢ় (Assamese) [ Roman: pro.garh]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
    1. (Proper Adj.-Common) A strong or immediate relation or association অংগ+অংগ। অংগই অংগই লাগি থকা সম্পৰ্ক। অতি ওচৰ সম্পৰ্ক থকা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-22
    2. (Proper Adj.) impossible to measure the depth যাৰ তলিপোৱা নাযায় ।