পিয়া (Assamese) [ Roman: pi.ya]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Trans.) to bring two seperated items physically close enough to be together দুটা বস্তু কোনো প্ৰকাৰে এক কৰি দে৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-17
    2. (Verbal Adj.) taken to mouth to swallow (a liquid) পান কৰা বা গিলিবৰ উদ্দেশ্যে মুখলৈ নিয়া (জুলীয়া বস্তু)

    পিয়া (Deori) [ Roman: pi.ya]
    Contributed by: Himasri Das on 2023-03-12
    3. (Verb-Trans.) To dismiss from employment চাকৰি বা কামৰপৰা বাহিৰ কৰ্৷