নিষাদ (Assamese) [ Roman: ni.xad]
    fm: নিষাদী
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-20
    1. (Common Noun-Common) one who kills wild animals for living or fun যি জীৱিকা অথবা আমোদৰ বাবে বন্য প্ৰাণী বধ কৰে
    Contributed by: Partha P Sarmah on 2011-10-04
    2. Music(Abstract Noun) the seventh of the seven primary sounds of Indian classical music. ভাৰতীয় (শাস্ত্ৰীয়)সংগীতৰ সুৰ-সপ্তকৰ (মূল সাতটা স্বৰ)সপ্তমটো৷স্বৰ সমূহঃ চা, ৰে, গা, মা, পা, ধা, নি
    English: