ধনাত্মক (Assamese) [ Roman: dho.nat.mok]
    1. Physics(Proper Adj.) Relating to or designating an electric charge of a sign opposite to that of an electron. ইলেক্ট্ৰণৰ বিপৰীত ধৰ্মী বৈদ্যুতিক আধানক বুজোৱা বা তাৰ সৈতে সম্পৰ্কীয়৷
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-04-08
    2. (Proper Adj.) Characterized by or displaying certainty, acceptance, or affirmation. কোনো কথাৰ সন্মতি প্ৰকাশক বা গ্ৰহণ কৰা বিষয়ক ৷