দৰমহা (Assamese) [ Roman: dor.mo.ha]
    alt: দৰ্মহা
    1. (Abstract Noun) a fixed amount of money paid to a worker, usually measured on a monthly or annual basis. সাধাৰণতে মাহিলী বা বাৰ্ষিক ভিত্তিত হিচাপ কৰা, কোনো কৰ্মীক দিয়া নিৰ্দ্দিষ্ট পৰিমাণৰ ধন।