তু-কুন (Deori) [ Roman: tu.kun]
    Contributed by: Himasri Das on 2023-02-10
    1. (Material Noun-Neuter) any of a large class of substances typically unctuous, viscous, combustible, liquid at ordinary temperatures, and soluble in ether or alcohol but not in water: used for anointing, perfuming, lubricating, illuminating, heating, etc. সাধাৰণ উষ্ণতাত পিছল, বীজলুৱা, দহনশীল এক বস্তু যি ইথাৰ বা এলকহলত দ্ৰৱণীয় কিন্তু পানীত দ্ৰৱণীয় নহয়; ইবিলাকক আঁতৰ হিচাপে, লেপন দিয়া, পিছল কৰা, জুই জ্বলোৱা বা গৰম কৰা আদি কামত ব্যৱহাৰ কৰা হয়
    Contributed by: Himasri Das on 2023-02-10
    2. (Proper Adj.-Neuter) acceptable or agreeable to the palate or taste ভাল লগা সোৱাদৰ বাবে গ্ৰহণযোগ্য (খাদ্য)