টুপ (Assamese) [ Roman: tup]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-01
    1. Insect-Worm(Common Noun-Common) Freshwater or marine or terrestrial gastropod mollusk usually having an external enclosing spiral shell. পৰিস্কাৰ পানী, মাটি অথবা সমুদ্ৰত থকা টান খোলাৰে আবৃত্ত এবিধ কোমলদেহী জীৱ ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-21
    2. (Material Noun-Neuter) the covering over the ridge of a house ঘৰৰ মূধ অৰ্থাত্ দুখন চালৰ জোৰাৰ ওপৰৰ চাউনি বা ঢাকনি
    English:
    Nagamese: