চয়ন (Assamese) [ Roman: soyon]
    Contributed by: Rupankar Mahanta on 2008-02-27
    1. (Abstract Noun) The process of selecting for a position or political office by casting votes by the electorates ভোটদাতাসকলে প্ৰদান কৰা মতামতৰ ভিত্তিত কোনো পদ বা ৰাজনৈতিক পদবীৰ বাবে বাচনি কৰা প্ৰক্ৰিয়া
    Contributed by: Biraj Kumar Kakati on 2008-02-27
    Ref: হেমকোষ (পুৰণি)
    2. (Verbal Noun) A book etc. produced by collecting materials, articles, etc. বিভিন্ন লিখনি বা অন্য প্ৰকাশযোগ্য বস্তু সংগ্ৰহ কৰি যুগুত কৰা কিতাপ আদি