চিমু (Deori) [ Roman: chi.mu]
Contributed by: Himasri Das on 2023-03-20
1. (Material Noun-Neuter) the fine, soft, curly hair that forms the fleece of sheep and certain other animals ভেড়াৰ নোমৰ পৰা তৈয়াৰ কৰা এবিধ উলসুতা ৷ যাৰ দ্বাৰা শীতৰ পৰা ৰক্ষা পাবলৈ গৰম চোলা তৈয়াৰ কৰা হয় ৷
Contributed by: Satabdi Dutta on 2022-10-31
2. (Material Noun-Neuter) short hair of the body (other than the head) মানুহ বা আন জন্তুৰ গাত গজা চুটি চুলি