গৰীয়া (Assamese) [ Roman: go.ri.ya]
Contributed by: Bikram M Baruah on 2010-06-27
1. Sociology(Common Noun-Common) The Assamese Muslim people who came with the Mughals during their Assam invasion in 1600-1700 ADs OR before and stayed back in Assam and assimilated in the greater Assamese society. মোগলৰ আক্ৰমণৰ সময়ত অহা বা তাতোকৈ আগৰে পৰা থকা অসমৰ অসমীয়া মুছলমান ধৰ্মী লোকসকল৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-24
Ref: চন্দ্ৰকান্ত অভিধান
2. (Proper Adj.-Common) disinclined to work কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰাAssamese:
অকৰ্মণ্য অকৰ্মা অকৰ্মিষ্ঠ অনীহ অলস আলচিয়াbo আলস্যপৰায়ন উতীয়াkm উৎসাহহীন এলেহুৱা কষ্টবিমুখ কাইনা bo কৰ্তব্যবিমুখ কৰ্মবিমুখ গাইৰা গাৰি-শুবাৰ গেৰেম গেৰেহা গৰীয়া চভিয়া খোৱা চভিয়া পৰা থঙাসনীয়া দগা দীৰ্ঘসূত্ৰী ধুমগাইৰা bo ধোদ ধোদৰ পচলা নিষ্কৰ্মা নিৰুদ্যম বহিখোৱা বাদল মাদগৰিয়া মেটা মেদা মেৰগোম লেধা লেধেমা শুইহগা শ্ৰমকাতৰ শ্ৰমবিমুখ সোৰোপা সৰপা হালুক ৰিহাকুৰীয়া ৰিহাফুৰীয়া
Bodo:
Garo:
Meeteilon:
Kok-Borok:
Dimasa:
TAI-Ahom:
Hindi:
Tiwa: