গোলক (Assamese) [ Roman: go'.lok]
1. (Material Noun-Neuter) A three-dimensional surface, all points of which are equidistant from a fixed point. এটা ঘূৰণীয়া বস্তু, যাৰ পৃষ্ঠত থকা প্ৰতিটো বিন্দু এটা নিৰ্দ্দিষ্ট বিন্দুৰ পৰা সমদূৰত্বত অৱস্থিত।
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-08
2. (Material Noun-Neuter) A round model of the world; which a map (especially of the earth) is represented. পৃথিৱীৰ আৰ্হি মেপ থকা এটা গোলাকাৰ নক্সা বা বস্তু৷