খিঙ্ (TAI-Ahom) [ Roman: khing]
    Contributed by: Anjali Sonowal on 2008-10-21
    1. PlantsSpices(Common Noun-Neuter) A plant or its root of tropical southeast Asia having yellowish-green flowers and a pungent aromatic rhizome. দক্ষিণ-পূৱ এছিয়াৰ উষ্ণ মণ্ডলত উপলভ্য জিঞ্জিবাৰ অফিচিনেলি প্ৰজাতিৰ অন্তৰ্গত, ঈষত্ হালধীয়া-সেউজীয়া ৰঙৰ ফুল ফুলা আৰু এক বিশেষ গোন্ধযুক্ত এজোপা গছ বা তাৰ শিপা
    Contributed by: Anjali Sonowal on 2008-10-21
    2. (Abstract Noun-Neuter) Merchandise or things to be transported কোনো গোদামত থকা বা স্থানান্তৰ কৰিব লগীয়া সামগ্ৰীসমূহ৷