খাদ (Assamese) [ Roman: khad]
    1. (Material Noun-Neuter) hole drilled or bored into the earth to obtain water, petroleum, natural gas, brine, or sulfur. পানী, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, খনিজ দ্ৰৱ্য, গন্ধক আদি আহৰণৰ কাৰণে মাটিত খন্দা দ গাঁত

    Description
    English:
    Assamese:
    Khasi:
    Meeteilon:
    Karbi:
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-10
    2. (Material Noun-Neuter) Excavation in the earth from which ores and minerals are extracted. খনিজ পদাৰ্থ, আকৰ আদি উলিয়াবলৈ ভূ-গৰ্ভত খন্দা খাদ বা গাঁত ৷
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-10-29
    3. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই