কৃতাৰ্থতা (Assamese) [ Roman: kri.tar.tho.ta]
    Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-05-09
    Ref: আধুনিক অসমীয়া শব্দকোষ
    1. (Abstract Noun) something accomplished, esp. by superior ability, special effort, great courage, etc. নিজৰ সামৰ্থ্য, প্ৰচেষ্টা আৰু সাহস আদিৰ জৰিয়তে কৰা অৰ্জন।