কুৰ (Assamese) [ Roman: kur]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-23
    1. (Material Noun-Neuter) the broad curved blade of a plough which slices the furrow. নাঙলৰ তলফালে থকা বহল, বক্ৰ আৰু আগজোঙা ধৰাল লোহাৰ ফলক| ইয়াৰ সহায়ত মাটি চহোৱা হয়|

    কুৰ (Rabha) [ Roman: kur]
    Contributed by: Pranati Rabha on 2021-10-31
    2. Vegetables(Common Noun) The seed of the betel palm, chewed with betel leaves, lime, and flavorings as a mild stimulant. তামোল গছৰ গুটি, যাক পাণৰ পাত, চূণ আৰু অন্য গোন্ধযুক্ত দ্ৰৱ্যৰ সৈতে মৃদু উত্তেজক হিচাপে খোৱা হয়৷

    কুৰ (Deori) [ Roman: kur]
    Contributed by: Himasri Das on 2022-11-25
    3. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই