কটা (Assamese) [ Roman: ko.ta]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Trans.) to utilize time for some purpose. কোনো কাম কৰি সময় খৰচ কৰ্।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verbal Adj.) which has been made into pieces by any sharp weapon যাক কোনো চোকা অস্ত্ৰেৰে কাটি খণ্ড কৰা বা ছেদন কৰা হৈছে