ওলা (Assamese) [ Roman: o`.la]
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
    Ref: চন্দ্ৰকান্ত অভিধান
    1. (Verb-Intran.) to get out (of some place) (কোনো স্থানৰ পৰা) বাহিৰলৈ আহ্
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-30
    Ref: চন্দ্ৰকান্ত অভিধান
    2. (Verb-Trans.) to come to light ব্যক্ত হ বা জনা-জনি হ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
    3. (Verb-Intran.) to be ready to go out যাবলৈ সাজু হ
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-10
    4. (Verb-Trans.) to be finished (a work of art or craft) সম্পূৰ্ণৰূপে সজা, গঢ়া বা বোৱা শেষ হ; সম্পূৰ্ণৰূপে প্ৰস্তুত বা নিৰ্ম্মাণ হ
    Assamese:
    Mising:
    Khasi:
    Garo:
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
    Ref: চন্দ্ৰকান্ত অভিধান
    5. (Material Noun-Neuter) lump of sugar in balls বগা বা পৰিষ্কাৰ কৰা চেনিৰ লাড়ু
    English:
    Assamese: